Empty

Total: ₹0.00

About

Digital Dream is committed to providing employment to at least 2,000 youths from different parts of Assam in the sphere of digital marketing. The organisation will also teach youths about earning on social media platforms like Facebook and Youtube.

✿ডিজিটেল ড্ৰিমৰ সৈতে জড়িত হৈ উপাৰ্জন কৰিবলৈ হ’লে আপুনি কেইটামান পৰ্যায় অতিক্ৰম কৰিব লাগিব। ডিজিটেল মাৰ্কেটিং হৈছে এখন বিশাল ক্ষেত্ৰ আৰু ই দ্ৰুত পৰিৱৰ্তনশীল। ডিজিটেল ড্ৰিমে ডিজিটেল মাৰ্কেটিঙৰ আটাইবোৰ ভাগকে সামৰি লৈছে। অৱশ্যে সৰ্বসাধাৰণক জড়িত কৰাবলৈ ডিজিটেল ড্ৰিমে দুটা ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। সেয়া হৈছে-- হোৱাটছএপ মাৰ্কেটিং আৰু ছ’চিয়েল মিডিয়া মেনেজমেণ্ট।

✿ডিজিটেল ড্ৰিমৰ সৈতে জড়িত হ’বলৈ 4G ইণ্টাৰনেট সংলগ্ন আপোনাৰ এটা স্মাৰ্ট ফোন আৰু হোৱাটছএপ নম্বৰ থাকিব লাগিব। হোৱাটছএপৰ কণ্টেক্ট লিষ্টত অতি কমেও ২০০ নম্বৰ থাকিব লাগিব। লগতে থাকিব লাগিব ফেচবুক আৰু ইউটিউব একাউণ্ট। ডিজিটেল ড্ৰিমৰ সৈতে জড়িত হৈ আপুনি অহা তিনিমাহৰ পিছত ঘৰতে বহিয়েই বা অন্যান্য কাম কৰিও কেৱল হোৱাটছএপত মেছেজ কৰিয়েই প্ৰতিমাহে অতিকমেও ৩০০০টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব।

✿আমাৰ ৱেবছাইটত থকা বিজ্ঞাপন ভিউ, ক্লিক আৰু শ্বেয়াৰ কৰিও আপুনি উপাৰ্জন কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে কেইটামান পৰ্যায় আপুনি অতিক্ৰম কৰিব লাগিব।

✿আপুনি আপোনাৰ ফোনত হোৱাটছএপৰ বিজিনেছ এপ ইনষ্টল কৰি হোৱাটছএপ বিজিনেছ একাউণ্ট এক্টিভেট কৰিব লাগিব।

✿ডিজিটেল ড্ৰিমৰ সৈতে কিদৰে জড়িত হ’ব আৰু উপাৰ্জন কৰিব? সকলো বিস্তাৰিতভাৱে জানিবলৈ হ'লে আপুনি প্ৰথমে লগইন আৰু ৰেজিষ্টাৰ কৰিবই লাগিব। লগইন আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ একাউণ্ট এক্টিভেট হৈছে বুলি কাৰ্যালয়ৰ পৰা ফোনযোগে নতুবা মেইলযোগে অৱগত কৰা হ'ব। একাউণ্ট এক্টিভেট হোৱাৰ পিছত আপোনালৈ মেইলযোগে আমাৰ গাইডলাইন প্ৰেৰণ কৰা হ'ব। গাইডলাইনত উল্লেখ থকা ধৰণে ফলো কৰি গ'লে আপুনি উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ সৈতে যুক্ত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰা বাবে অশেষ ধন্যবাদ।

Register Now to receive our exclusive guide.

✿আমাৰ সামাজিক দায়ৱদ্ধতাঃ ডিজিটেল ড্ৰিমে যে কেৱল ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি ব্যৱসায়েই কৰিব সেয়া নহয়। ডিজিটেল ড্ৰিমে সমাজৰ সৰ্বস্তৰৰ উন্নতি কামনা কৰে। সেয়ে ডিজিটেল ড্ৰিমে হাতত লৈছে এক বিশেষ পদক্ষেপ। এই পদক্ষেপ অনুযায়ী ডিজিটেল ড্ৰিমে অসমৰ বিভিন্ন স্থানত আয়োজন কৰিব ছ’চিয়েল মিডিয়া এৱাৰ্নেছ কেম্প। এই এৱাৰ্নেছ কেম্পত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কিদৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমাজখনক সঠিক পথত আগুৱাই নিব পাৰে সেই সম্পৰ্কে সমাজৰ নেতৃস্থানীয় লোকসকলৰ লগতে আৰক্ষী-প্ৰশাসনৰ সহায়ত অৱগত কৰাৰ আঁচনি হাতত লৈছে।

Office Address: 3rd Floor, Rajat Enclave, Bylane No. 3, Zoo Road Tiniali, Guwahati-24