Empty

Total: ₹0.00

Blog

By dhanantari, 06/14/2018 - 23:07

সময় সলনি হৈছে। আপুনি জানেনে যে অনাগত দিনত ভাৰতত ডিজিটেল মাৰ্কেটিং অবিহনে কোনো ব্যৱসায়েই টিকিব নোৱাৰিব? দেশৰ প্ৰতিষ্ঠিত ডিজিটেল মাৰ্কেটিং কনছালটেণ্ট Deepak Kanakarajuৰ মতে ভাৰতত ইতিমধ্যে এক বৃহৎ খণ্ড হিচাপে পৰিগণিত হৈছে ডিজিটেল মাৰ্কেটিং।

কোম্পানীবোৰেও নিজৰ উৎপাদিত সামগ্ৰী আৰু সেৱাৰ বিজ্ঞাপন ক’ত দিয়ে? নিসন্দেহে য’ত বিজ্ঞাপন দিলে অধিক লোকৰ কাষ চাপিব পাৰি তেনে ঠাইতেই দিব। মানুহে টিভি চাই, ৰেডিঅ’ শুনে আৰু বাতৰি কাকত পঢ়ে। সেয়ে কোম্পানীবোৰে তেনে মাধ্যমবোৰত বিজ্ঞাপন দিয়ে।

By dhanantari, 06/14/2018 - 21:09
Digital Marketing

✔ডিজিটেল মাৰ্কেটিং?

.....এই বিষয়ে আপুনি শুনিছেনে?

✿দেশৰ প্ৰতিষ্ঠিত ডিজিটেল মাৰ্কেটিং কনছালটেণ্ট Deepak Kanakaraju-এ এই বিষয়ে কি কৈছে সেই বিষয়ে জানো আহকচোন...

✔ডিজিটেল মাৰ্কেটিং অনাগত সময়ছোৱাত কিয় ভাৰতৰ বাবে এক বৃহৎ সম্ভাৱনা সেয়া আপুনি জানেনে?

✔যদিহে আপুনি আপোনাৰ কেৰিয়াৰ ২০১৮ চনৰ ভিতৰতে ডিজিটেল মাৰ্কেটিঙলৈ সলনি কৰিব বিচাৰিছে অথবা আপোনাৰ ব্যৱসায় ডিজিটেল প্ৰক্ৰিয়াৰে আগুৱাই নিব বিচাৰিছে তেন্তে তলৰ কথাখিনি এবাৰ পঢ়ি চাওক...।

✔প্ৰডাক্ট আৰু সেৱা বিক্ৰী কৰা কোম্পানীসমূহে তেনে ঠাইতহে বিজ্ঞাপন দিয়ে য’ত দিলে সহজে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি... হয়নে নহয়?