Empty

Total: ₹0.00

DD Registration

DD Registration

✔ৰেজিষ্ট্ৰেশ্যন কৰাৰ পূৰ্বে মন কৰিবলগীয়াঃ

☑ ৰেজিষ্টাৰ কৰিবলৈ প্ৰথমে Create Accountত ক্লিক কৰি আপোনাৰ একাউণ্ট তৈয়াৰ কৰক।

☑ ফৰ্ম ফিলআপ কৰি ছাবমিট কৰাৰ পিছতে আপোনাৰ মেইল আই ডিলৈ ফৰ্মখনৰ এটা কপি প্ৰেৰণ কৰা হ’ব। যদিহে তাত কোনো ভুল ৰৈ যোৱা পৰিলক্ষিত হয় তেন্তে digitaldream@guwahati.comলৈ কি শুদ্ধ কৰিব লাগে সেয়া উল্লেখ কৰি মেইল প্ৰেৰণ কৰিব।

☑ ফৰ্ম ফিলআপ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত আপুনি এটা ৰেফাৰড আই ডি লাভ কৰিব। ২৪ ঘণ্টাৰ ভিতৰতো ৰেফাৰড আই ডি লাভ নকৰিলে +918876635872 অথবা +917575912020 নম্বৰত যোগাযোগ কৰিব পাৰে।

☑ আপুনি মেইল বা মেছেজযোগে লাভ কৰা ৰেফাৰড আই ডিৰ সহায়ত আপোনাৰ চিনাকি ১০জন লোকক ডিজিটেল ড্ৰিমত ৰেজিষ্টাৰ কৰাব লাগিব।

☑১০ জন লোকে আপোনাৰ ৰেফাৰড আই ডি ব্যৱহাৰ কৰি ৰেজিষ্টাৰ কৰাৰ ৫দিনৰ ভিতৰত আপুনি আমাৰ ফালৰ পৰা মেইল নতুবা ফোনযোগে সবিশেষ জানিব পাৰিব। মনত ৰাখিব হোৱাটছএপ, ফেচবুক আদিৰ ব্যৱহাৰ নজনা লোকক ৰেজিষ্টাৰ কৰিবলৈ ৰেফাৰ নকৰিব। আমাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত তেনে লোকে ৰেজিষ্টাৰ কৰাতো ধৰা পৰিলে আপোনাৰ আই ডি নম্বৰটো ডি-এক্টিভেট কৰা হ’ব পাৰে।

☑ ১০জনৰ ৰেফাৰেন্স ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতে আপুনি আপোনাৰ মোবাইলত প্লেষ্ট’ৰৰ পৰা হোৱাটছএপৰ বিজিনেছএপটো ইনষ্টল কৰি ল’ব পাৰে। কিয়নো আমাৰ সকলো কাম হোৱাটছএপৰ বিজিনেছ এপৰ জৰিয়তেহে সম্পন্ন কৰিব লাগিব।

I hereby solemnly affirm that I shall strictly abide by the rules & regulations of the company and all above information are true.